NTM-এ ইয়াৰ কাৰ্যসূচীবিলাকৰ সম্বন্ধে দেশৰ সকলো লোকে জনাটো বিচাৰে। তথ্যৰ প্ৰসাৰ আৰু
জনসাধাৰণৰ লগত সম্পৰ্কিত হ’বৰ বাবে নানা ধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে দেশৰ নানা
ঠাইত NTM-ৰ দ্বাৰা অনুষ্ঠিত কাৰ্যসূচীসমূহত A/V উপস্থাপনৰ আয়োজন কৰা হয়। লগতে NTM-ৰ
নিউজ-লেটাৰ ইলেক্ট্ৰনিক আৰু ছপা, এই দুই মাধ্যমত প্ৰকাশ কৰা হয়।
|