|
AV পাঠসমূহ
NTM মিডিয়াই অনুবাদকৰ শিক্ষা কাৰ্যসূচীৰ বাবে দৃশ্য-শ্ৰাব্য সামগ্ৰী সৃজন কৰে। এই কাৰ্যসূচীত
অনুবাদৰ অধ্যয়নৰ ইতিহাসৰ পৰা অৰম্ভ কৰি অনুবাদ অধ্যয়নত তত্ত্ব আৰু মডেল আদিৰ দৰে অনুবাদৰ
বিভিন্ন দিশক সামৰি লোৱা হৈছে। ইয়াৰ উপৰিও, NTM মিডিয়াই অনুবাদ অধ্যয়নৰ ভাৰতীয় তত্ত্ব,
অনুবাদ অধ্যয়নৰ গদ্য চৰিত্ৰ, অনুবাদ আৰু আন্তঃলক্ষণা অনুবাদত আন্তঃ কোড-সালসলনি (Code
Switching) আৰু কোড-মিশ্ৰণ (Code Mixing)-ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰে। নানাধৰণৰ সম্পৰ্কিত
দৃষ্টান্ত বা ঘটনাৰ বিৱৰণৰ দ্বাৰা এই ধাৰণাসমূহ তথ্যচিত্ৰসমূহত অধিক মনোগ্ৰাহীকৈ দেখুওৱা
হয়।
|
|
|