ছাইন ইন
|
আমাৰ লগত যোগাযোগ কৰক
ভাষাসমূহ
Select Language
Assamese | অসমীয়া
Bengali | বাংলা
Bodo | बर’
Dogri | डोगरी
English
Gujarati | ગુજરાતી
Hindi | हिंदी
Kannada | ಕನ್ನಡ
Kashmiri | کٲشُر
Konkani | कोंकणी
Maithili | मैथिली
Malayalam | മലയാളം
Manipuri | মণিপুরী
Marathi | मराठी
Nepali | नेपाली
Odia | ଓଡ଼ିଆ
Punjabi | ਪੰਜਾਬੀ
Sanskrit | संस्कृत
Santali | संताली
Sindhi | سنڌي
Tamil | தமிழ்
Telugu | తెలుగు
Urdu | اُردو
প্ৰকাশনসমূহ
জ্ঞান পাঠ্য/পাঠ্যপুথি (মূদ্ৰিত)
জ্ঞান পাঠ্য/পাঠ্যপুথি (ই-বুক)
ভাৰতীয় ভাষাত অনুবাদ সমতুল্যসমূহ
সমাৰ্থকশব্দকোষ আৰু অভিধানসমূহ
ট্ৰান্সলেশ্বন টুডে পত্ৰিকা
জনপ্ৰিয় বিজ্ঞান পুথি
বিষয়-ভিত্তিক প্ৰকাশনসমূহ
আগন্তুক প্ৰকাশনসমূহ
প্ৰকাশন সূচী
সহযোগিতামূলক কামসমূহ
অৰ্ডাৰ কৰক
প্ৰকাশনসমূহ
0
Knowledge text translations
0
E-books
0
TEIL series volumes
0
Translation Today issues
0
Dictionaries & Thesauri
0
Special volumes
0
Popular science series
0
Published languages
0
Upcoming translations
0
Translations in progress
0
Translation rights available
0
Translation equivalents compiled
0
Collaborative work publications
অনুবাদ কাৰ্য্যক অধিক প্ৰণালীবদ্ধ কৰিবৰ কাৰণে NTM-এ তলৰ পদক্ষেপসমূহ পালন কৰে। সেই কেইটা হৈছে : অনুবাদ কৰিবলগীয় পাঠ্যপুথি চিনাক্ত কৰা; নিৰ্বাচিত পুথিৰ অনুবাদ স্বত্ব আহৰণ কৰা; ভাৰতীয় ভাষাত গ্ৰন্থ প্ৰকাশকসকলৰ লগত যোগাযোগ কৰা আৰু ভাৰতীয় ভাষাৰ সম্পাদনা সহযোগী গোটৰ তত্বাৱধানত অনুদিত পাঠসমূহৰ সমীক্ষা কৰা। দুটা পৃথক স্তৰত অনুবাদৰ সমীক্ষা সম্পন্ন কৰা হয়। প্ৰাথমিক সমীক্ষা আৰু সন্মতিৰ কাৰণে অনুবাদকে প্ৰথম 10 পৃষ্ঠাৰ অনুবাদ NTM-লৈ প্ৰেৰণ কৰা প্ৰয়োজন। যেতিয়া সম্পূৰ্ণ পাণ্ডুলিপি অনুবাদকে NTM-লৈ প্ৰেৰণ কৰে, তেতিয়া চুড়ান্ত সমীক্ষা সম্পন্ন কৰা হয়। পৰ্যায়ক্ৰমে সম্পন্ন কৰা হোৱা এই সমীক্ষা প্ৰণালীয়ে অনুবাদৰ মানদণ্ড বজাই ৰখাত সহায় কৰে।