সম্পদসমূহ

জ্ঞান পাঠ্য অনুবাদৰ ক্ষেত্ৰত অনুবাদকক সহায় কৰিবৰ বাবে, NTM-এ পাৰিভাষিক শব্দাৱলী, অভিধান আদিৰ দৰে অনুবাদ সজুঁলি তৈয়াৰ কৰি আছে। অনুবাদকৰ সুবিধাৰ বাবে এই সম্পদসমূহ অনলাইন উপলব্ধ কৰোৱা হব।