হাতপুথি

ভাৰতীয় ভাষালৈ জ্ঞান পাঠ্যৰ অনুবাদৰ ক্ষেত্ৰত এই হাতপুথিয়ে অনুবাদকক তাত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিব। দেশৰ বিভিন্ন স্থানত NTM-এ অনুষ্ঠিত কৰা কাৰ্যসূচীৰ অভিজ্ঞতাৰ কথাও ইয়াত আলোচনা কৰা হৈছে। নানা বিশেষজ্ঞৰ পৰা লাভ কৰা মন্তব্য, পৰামৰ্শ আদিও ইয়াত সন্নিবিষ্ট কৰা হৈছে, যাতে ই অনুবাদকৰ অনুবাদৰ মান বৃদ্ধি কৰি তুলিব পাৰে।