জ্ঞান পাঠ্য

উচ্চ শিক্ষাৰ লগত সম্পৰ্কিত সকলো বিদ্যায়তনিক সামগ্ৰীকেই NTM-এ জ্ঞান পাঠ্য হিচাপে গণ্য কৰে। সেই পাঠ্যসমূহক অনুবাদৰ যোগেদি ভাৰতীয় ভাষাসমূহত উপলব্ধ কৰি তোলাতো NTM-ৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত অন্যতম।

মহাবিদ্যালয়/বিশ্ববিদ্যালয় কোনো বিষয়ৰ বাবে বুনিয়াদী হিচাপে গণ্য সকলো পাঠ্যপুথি, সহায়ক গ্ৰন্থ আৰু প্ৰৱন্ধসমূহ NTM-এ অনুবাদৰ বাবে অন্তৰ্ভুক্ত কৰিব। প্ৰাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

NTM উচ্চ শিক্ষাৰ 69 টা মূল বিষয়ক সামৰি লৈছে। সেইবিলাক হ’ল বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল ইডুকেশ্বন (AICTE)-ৰ স্বীকৃতিপ্ৰাপ্ত। তলত সেই বিষয়সমূহৰ তালিকা দিয়া হ’ল।

1. প্ৰাপ্তবয়স্ক/অবিৰত শিক্ষা (এণ্ড্ৰালজি/অনানুষ্ঠানিক শিক্ষা) 36. গাৰ্হস্থ্য বিজ্ঞান
2. নৃতত্ব বিদ্যা (ভৌতিক) 37. মানৱ অধিকাৰ আৰু কৰ্তব্য
3. নৃতত্ব বিদ্যা (সামাজিক) 38. ইনফ’ৰমেটিকছ (গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানক সামৰি)
4. আৰব সংস্কৃতি আৰু ইছলামীয় অধ্যয়ন 39. আন্তৰ্জাতিক সম্পৰ্ক ও এৰিয়া অধ্যয়ন
5. প্ৰত্নতত্ব বিদ্যা (মুদ্ৰা বিজ্ঞানক সামৰি) 40. সাংবাদিকতা/মেডিয়া অধ্যয়ন/জনসংযোগ
6. স্থাপত্য বিদ্যা 41. শ্ৰম কল্যাণ/পাৰ্চনেল (HRD) মেনেজমেন্ট/ ইণ্ড্ৰাষ্টিয়েল ৰিলেচন
7. জ্যোতিপদাৰ্থ বিজ্ঞান 42. আইন
8. জৈৱপদাৰ্থ বিজ্ঞান 43. ভাষা বিজ্ঞান
9. জৈৱৰসায়ন বিজ্ঞান 44. মেনেজমেন্ট
10. জৈৱঅভিযান্ত্ৰিক বিজ্ঞান 45. মেনাচক্ৰিপ্ট’লজি
11. উদ্ভিদ বিজ্ঞান (সাধাৰণ) 46. গণিত শাস্ত্ৰ
12. ৰসায়ন বিজ্ঞান (সাধাৰণ) 47. চিকিত্সা বিজ্ঞান (MBBS স্তৰৰ)
13. বাণিজ্য 48. মাইক্ৰ’বায়’লজি
14. তুলনামূলক সাহিত্য 49. মিউজিয়াম’লজি (মিউজিঅ’লজি ও সংৰক্ষণ)
15. কম্পিউটাৰ বিজ্ঞান ও প্ৰয়োগসমূহ (কৃত্ৰিম বুদ্ধি আৰু ৰবট বিজ্ঞানক সামৰি) 50. সংগীত শাস্ত্ৰ
16. অপৰাধ বিজ্ঞান আৰু ফৰেনচিক বিজ্ঞান 51. শান্তি/গান্ধীয়ান ষ্টাডিজ
17. সংস্কৃতি অধ্যয়ন (ভাৰতীয় সংস্কৃতিক সামৰি) 52. পৰিবেশ্য কলা (নৃত্য, নাট, থিয়েটাৰ অধ্যয়নৰ সামৰি)
18. চাইবাৰনেটিকছ 53. দৰ্শন শাস্ত্ৰ
19. প্ৰতিৰক্ষা ও কূটনীতি অধ্যয়ন 54. শৰীৰচৰ্চা বিজ্ঞান
20. অৰ্থশাস্ত্ৰ 55. পদাৰ্থ বিজ্ঞান
21. শিক্ষা 56. কাব্যশাস্ত্ৰ
22. অভিযান্ত্ৰিক বিদ্যা-বিমানশাস্ত্ৰ (এভিঅ’নিক্স সামৰি) 57. ৰাজনীতি বিজ্ঞান
23. অভিযান্ত্ৰিক বিদ্যা-ৰসায়ন (মৃত্-শিল্প বিজ্ঞান ও পলিমাৰ প্ৰযুক্তিক সামৰি) 58. জনসংখ্যা অধ্যয়ন
24. অভিযান্ত্ৰিক বিদ্যা-চিভিল 59. মনস্তত্ব বিজ্ঞান
25. অভিযান্ত্ৰিক বিদ্যা-ইলেক্ট্ৰিকেল 60. পাব্লিক এডমিন্সট্ৰেছন
26. অভিযান্ত্ৰিক বিদ্যা-ইলেক্ট্ৰনিকছ (টেলিকমিউনিকেশ্বন) 61. ধৰ্ম অধ্যয়ন/ধৰ্মৰ তুলনামূলক অধ্যয়ন
27. অভিযান্ত্ৰিক বিদ্যা-মেকানিকেল (ইন্সট্ৰুমেন্টেছন, অভিযান্ত্ৰিক মেকানিকছ আৰু অট’মোবাইল অভিযান্ত্ৰিক বিদ্যাক সামৰি) 62. চচিয়েল মেডিচিন ও কমিউনিটি হেল্থ
28. পৰিবেশ বিজ্ঞান (পৰিবেশ অভিযান্ত্ৰিক বিদ্যাক সামৰি) 63. চচিয়েল ৱৰ্ক
29. নৃকুল বিজ্ঞান 64. সমাজ বিজ্ঞান
30. বোলছবি অধ্যয়ন 65. টুৰিজিম এডমিন্সট্ৰেছন ও মেনেজমেন্ট
31. লোকসংস্কৃতি (লোকসাহিত্য ও জনজাতীয় সাহিত্যক সামৰি) 66. অনুবাদ অধ্যয়ন
32. আনুবংশিক বিজ্ঞান, সুজনন বিজ্ঞান, আনুবংশিক অভিযান্ত্ৰিক বিদ্যা 67. দৰ্শন কলা (অংকন ও চিত্ৰ/ ভাস্কৰ্য/ গ্ৰাফিক্স /প্ৰায়োগিক কলা/ কলাৰ বুৰঞ্জী)
33. ভূগোল বিজ্ঞান 68. ওমেনছ ষ্টাডিজ
34. ভূতত্ব বিজ্ঞান 69. জীৱ বিজ্ঞান (সাধাৰণ)
35. বুৰঞ্জী (সাধাৰণ)