| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
পাঠ্যক্ৰম সমল
         
         
                    
                         
  
        
            | 
অনুবাদকৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীক সহায় কৰিব পৰাকৈ এই পাঠ্যক্ৰম সমল তৈয়াৰ কৰি থকা হৈছে। এই সামগ্ৰীবিলাকে অনুবাদৰ ওপৰত ৰাপ থকা ব্যক্তিক প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা চুটি প্ৰশিক্ষণ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
ইয়াত এজন অনুবাদকক আৰম্ভণিতে প্ৰয়োজন হোৱা কিছু বুনিয়াদী পাঠ উপলব্ধ হব।  
NTM-এ নানা সময়ত অনুষ্ঠিত কৰা কৰ্মশালা আৰু আলোচনাচক্ৰত চিনাক্ত কৰা জ্ঞান পাঠ্যৰ অনুবাদৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহো ইয়াত আলোচনা কৰা হৈছে আৰু ই এই পাঠ্যক্ৰম সমলক বিৱৰণাত্মক কৰি তুলিব।
             | 
         
   
     
    
 
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |