অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী (NRT)

অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী (NRT) NTM-এ অনুবাদকৰ নাম, বৃত্তিগত আৰু যোগাযোগৰ বিতং তথ্য ইত্যাদিৰ সহজেই পাব পৰাকৈ অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ (NRT) সৃজন কৰিছে। এইটো অনুবাদকৰ এনে এক তথ্যপঞ্জী য’ৰ পৰা একোজন অনুবাদক সম্বন্ধীয় সকলো তথ্য লাভ কৰিব পৰা যায়। উক্ত ডাটাবেছটোৱে একোজন অনুবাদকৰ বৃত্তি, বৃত্তিগত অভিজ্ঞতা, ভাষাগত দক্ষতা আৰু অনুবাদ সম্বন্ধীয় দক্ষতাৰ বিতং তথ্য প্ৰদান কৰিব। অভিজ্ঞ অনুবাদক সকলৰ লগতে সম্ভাৱনীয় অনুবাদকসকলে নিজৰ নাম এই NRT-ত পঞ্জীয়ন কৰিব পাৰিব। দুটা ভিন্ন পদ্ধতিৰে ইচ্ছুক অনুবাদকসকলে NRT-ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে – NRT-ত তেওঁলোকে নিজেই নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে বা ভাৰতৰ বিভিন্ন ঠাইত NTM-এ অনুষ্ঠিত কৰা কৰ্মশালা, আলোচনাচক্ৰ আৰু অৰিয়েণ্টেছন অনুষ্ঠানৰ সময়ত NTM-ৰ কৰ্ম-কৰ্তাৰ যোগেদি নাম পঞ্জীয়ন কৰাব পাৰে। নতুন অনুবাদকৰ পঞ্জীয়নৰ ক্ষেত্ৰত NTM-এ অভিজ্ঞ অনুবাদক আৰু বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। এই ডাটাবেছটোৱে অনুবাদকৰ মানুহৰ মাজত পৰিচয় কৰি দিব।

অনুবাদকসকলে অনলাইন পঞ্জীয়ন কৰিব পৰাকৈ অনুবাদকৰ ৰাষ্ট্ৰীয় পঞ্জী (NRT) উপলব্ধ।

  Click here to Register

Search Results
Total No of records found : 9218 You are viewing page 1 of 922
1
Name :   A.V.Raghuram
Translation Experience :   3
Mother Tongue :   Telugu
Language Known :   Telugu,
2
Name :   JayPushkar bhagat
Translation Experience :   - Years -
Mother Tongue :   Others
Language Known :   English,Hindi,
3
Name :   Swati Kelkar
Translation Experience :   9
Mother Tongue :   Marathi
Language Known :   Marathi,
4
Name :   Watson shawn
Translation Experience :   1
Mother Tongue :   Hindi
Language Known :   English,Hindi,
5
Name :   A Eswaran
Translation Experience :   - Years -
Mother Tongue :   Tamil
Language Known :   Telugu,
6
Name :   A Rajamanickam
Translation Experience :   30+
Mother Tongue :   English
Language Known :   Tamil,
7
Name :   A Salihakhanam
Translation Experience :   7
Mother Tongue :   - Select -
Language Known :  
8
Name :   A. Ajitha
Translation Experience :   - Years -
Mother Tongue :   - Select -
Language Known :  
9
Name :   A. Chandra Bose
Translation Experience :   2
Mother Tongue :   Tamil
Language Known :   English
10
Name :   A. Ethirajulu
Translation Experience :   None
Mother Tongue :   Telugu
Language Known :   English, Telugu
12345678910...>>