প্ৰকাশকৰ ডাটাবেছ

প্ৰকাশকৰ ডাটাবেছে সমগ্ৰ ভাৰতবৰ্ষৰে ইংৰাজী আৰু ভাৰতীয় ভাষাৰ মূখ্য প্ৰকাশন প্ৰতিষ্ঠান সমূহৰ তথ্য সামৰি লৈছে। ইয়াৰ যোগেদি প্ৰকাশন প্ৰতিষ্ঠানৰ নাম, যোগাযোগৰ ঠিকনা, প্ৰকাশিত গ্ৰন্থ তালিকা উপলব্ধ কৰি তোলা হব। প্ৰকাশন প্ৰতিষ্ঠানৰ লগত সক্ষাত, গ্ৰন্থমেলা, অনলাইন অন্বেষণ ইত্যাদিৰ জৰিয়তে NTM-এ প্ৰকাশক আৰু তেওঁলোকে প্ৰকাশ কৰা গ্ৰন্থৰ সম্বন্ধে তথ্য সংগ্ৰহ কৰে।

এতিয়ালৈকে NTM-এ দেশৰ 105 টা মূখ্য প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰি তথ্য সংগ্ৰহ কৰিছে। প্ৰকাশকৰ নাম, প্ৰকাশিত গ্ৰন্থৰ ভাষা, কাৰ্য্যালয়ৰ অৱস্থান ইত্যাদি তথ্য এই চাৰ্ছ ইঞ্জিনটোৱে ব্যৱহাৰ কৰ্তাক প্ৰদান কৰিবলৈ সক্ষম।
 

Search Results
Total No of records found : 4449 You are viewing page 1 of 445
1 .  
 
21st Century Publications
Category:   Humanities & Social Sciences, Literature, General,
Languages:   Punjabi,
2 .  
 
A C B Publications
Category:   Humanities & Social Sciences, Literature, General,
Languages:   Bengali,
3 .  
 
A C E Publications
Category:   Humanities & Social Sciences, Literature, General, Translation,
Languages:   Bengali,
4 .  
 
A K Mishra Agencies (P) Ltd. And New Age Publications
Category:  
Languages:   Odia,
5 .  
 
A Mukherjee and Co Pvt Ltd
Category:   Humanities & Social Sciences, Science & Technology, Literature, General, Translation,
Languages:   Bengali,
6 .  
 
A. B. Chaudhuri
Category:   General,
Languages:   English,
7 .  
 
A. B. Enterprise
Category:   General,
Languages:   English,
8 .  
 
A. D. Shroff Memorial Trust
Category:   General,
Languages:   English,
9 .  
 
A. P. Dalita Research Centre
Category:  
Languages:   Telugu,
10 .  
 
A. P. Freedom Fighters Cultural Committee
Category:  
Languages:   Telugu,
12345678910...>>