মিডিয়া

শৈক্ষিক কাৰ্যক্ৰমৰ লগত দৃশ্য-শ্ৰাব্য মাধ্যম সংযোগ কৰি অনুবাদকৰ শিক্ষা কাৰ্যসূচী আৰু অধিক ফলপ্ৰসু কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। অনুবাদ আৰু ভাৰতীয় ভাষাসমূহৰ সম্বন্ধে দৃশ্য-শ্ৰাব্য উপস্থাপন আৰু তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নব্য মিডিয়া আৰু প্ৰযুক্তি ও সম্পদে দৃশ্য-শ্ৰাব্য মাধ্যমৰ ব্যৱহাৰ সৰ্বাধিক কৰি তোলে। বিভিন্ন স্তৰত নানা ধৰণৰ তথ্যৰ প্ৰসাৰৰ বাবে NTM মিডিয়াই প্ৰমো, চুটি চলচিত্ৰ প্ৰস্তুত কৰাৰ লগতে উপস্থাপন আৰু বক্তৃতাসমূহ সংগ্ৰহ কৰি সঞ্চয় কৰি ৰাখে।