অভিধান আৰু সমাৰ্থক শব্দকোষৰ ডাটাবেছ

অভিধান আৰু সমাৰ্থক শব্দকোষৰ ডাটাবেছত বিভিন্ন বিষয়ৰ বাবে ভাৰতীয় ভাষাসমূহৰ উপলব্ধ একভাষীয়, দ্বি-ভাষীয় আৰু বহুভাষীয় অভিধান আৰু সমাৰ্থক শব্দকোষ সম্বন্ধীয় তথ্য উপলব্ধ হৈ আছে আৰু এই তথ্যসমূহ সকলো লোকৰে বাবে মুকলি। এক সীমিত সময়ৰ ভিতৰত, NTM-ক বাবে সৰ্বোচ্চ মান সম্পন্ন অনুবাদ যোগান ধৰিবৰ বাবে অনুবাদকসকলে উত্কৃষ্ট মানৰ দ্বিভাষিক অভিধান আৰু বিষয় নিৰ্দিষ্ট বা পাঠ নিৰ্দিষ্ট শব্দকোষৰ ব্যৱহাৰ কৰিব লাগিব। এই বিষয় নিৰ্দিষ্ট বা পাঠ নিৰ্দিষ্ট শব্দকোষসমূহে অনুবাদকসকলক মান্য পৰিভাষা ব্যৱহাৰত সহায় কৰিব।